Community Empowerment
English version of this poem
,
,
.......
.
যোৱা ৰাইজৰ ওচৰলৈ
Tao Te Ching, Chapter Seventeen
ভাঙনি- মনজিৎ নাথ
.
যোৱা
ৰাইজৰ ওচৰলৈ;
জীৱন কটোৱা তেওঁলোকৰ লগত;
ভাল পোৱা তেওঁলোকক;
শিকনি লোৱা তেওঁলোকৰ পৰা;
আৰম্ভ কৰা যত তেওঁলোক আছে;
কাম কৰা তেওঁলোকৰ লগত;
নিৰ্ভৰ কৰা তেওঁলোকৰ যি আছে.
. . .
কিন্তু আটাইতকৈ ডাঙৰ নেতাবোৰৰ ক্ষেত্ৰত,
যেতিয়া সকলো দায়িত্ব শেষ হয়,
কৰ্ম সম্পন্ন হয়,
বাকী ৰাইজে মন্তব্য কৰে :
"আমি নিজেই এয়া সম্পন্ন কৰিলোঁ"
                    লাও ছু
.
––»«––